অৰ্জুনবিষাদযোগ - Verse শ্লোক ১৬
অৰ্জুনবিষাদযোগ
শ্লোক ১৬
অনন্তবিজয়ং ৰাজা কুন্তী পুত্ৰো যুধিষ্ঠিৰঃ |
নকুলঃ সহদেৱশ্চ সুঘোষমণিপুষ্পকৌ ||১-১৬||
Translation
কুন্তীৰ পুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ আৰু নকুল তথা সহদেৱে ক্ৰমে সুঘোষ আৰু মণি পুষ্পক নামৰ শংখ বজালে।