অৰ্জুনবিষাদযোগ - Verse শ্লোক ১৫
অৰ্জুনবিষাদযোগ
শ্লোক ১৫
পাঞ্চজন্যং হৃষীকেশো দেৱদত্তং ধনঞ্জয়ঃ |
পৌণ্ড্ৰং দধ্মৌ মহাশঙ্খং ভীমকৰ্মা বৃকোদৰঃ ||১-১৫||
Translation
ভগৱান হৃষীকেশে পাঞ্চজন্য, ধনঞ্জয়ে (অৰ্জুন) দেৱদত্ত তথা ভয়ংকৰ কৰ্ম কৰা ভীমে পৌণ্ড্ৰ নামৰ মহাশংখ বজালে।