অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ২৭
অক্ষৰব্ৰহ্মযোগ
শ্লোক ২৭
নৈতে সৃতী পাৰ্থ জানন্যোগী মুহ্যতি কশ্চন |
তস্মাৎসর্বেষু কালেষু যোগযুক্তো ভবাজুর্ন ||৮-২৭||
শ্ৰীভগৱানুবাচ
Translation
হে পাৰ্থ! এই দুই পথৰ তত্ত্ব জনা কোনো যোগীয়ে কেতিয়াও মোহিত নহয়। সেয়েহে, হে অৰ্জুন! তুমি সদায় যোগযুক্ত হোৱা।