অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ১৫
অক্ষৰব্ৰহ্মযোগ
শ্লোক ১৫
মামুপেত্য পুনর্জন্ম দুঃখালয়মশাশ্বতম্ |
নাপ্নুবন্তি মহাত্মানঃ সংসিদ্ধিং পরমাং গতাঃ ||৮-১৫||
শ্ৰীভগৱানুবাচ
Translation
পৰম সিদ্ধি লাভ কৰা মহাত্মাসকলে মোক প্ৰাপ্ত হৈ পুনৰ এই দুখময় আৰু অনিত্য সংসাৰলৈ ঘূৰি নাহে।