জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ৮
জ্ঞানবিজ্ঞানযোগ
শ্লোক ৮
ৰসোহহমপ্সু কৌন্তেয় প্ৰভাস্মি শশিসূৰ্যয়োঃ |
প্ৰণবঃ সৰ্ববেদেষু শব্দঃ খে পৌরুষং নৃষু ||৭-৮||
Translation
হে কৌন্তেয়! মই জলৰ ৰস, চন্দ্ৰ-সূৰ্যৰ প্ৰভা, বেদৰ প্ৰণৱ (ওঁকাৰ), আকাশৰ শব্দ আৰু মানুহৰ পুৰুষত্ব।