জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ৩০
জ্ঞানবিজ্ঞানযোগ
শ্লোক ৩০
সাধিভূতাধিদৈৱং মাং সাধিয়জ্ঞং চ য়ে বিদুঃ |
প্ৰয়াণকালেऽপি চ মাং তে বিদুর্যুক্তচেতসঃ ||৭-৩০||
Translation
যিসকলে অধিভূত, অধিদৈৱ আৰু অধিয়জ্ঞৰ সৈতে মোক জানে, সেই যুক্তচিত্ত লোকসকলে মৃত্যুৰ সময়তো মোক জানিব পাৰে।