জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ২৮
জ্ঞানবিজ্ঞানযোগ
শ্লোক ২৮
য়েষাং ত্বন্তগতং পাপং জনানাং পুণ্যকৰ্মণাম্ |
তে দ্বন্দ্বমোহনিৰ্মুক্তা ভজন্তে মাং দৃঢ়ব্রতাঃ ||৭-২৮||
Translation
কিন্তু যিসকল পুণ্যকৰ্মী লোকৰ পাপ নাশ হৈছে, তেওঁলোকে দ্বন্দ্বমোহৰ পৰা মুক্ত হৈ দৃঢ়ব্ৰতেৰে মোক ভজনা কৰে।