জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ২৭
জ্ঞানবিজ্ঞানযোগ
শ্লোক ২৭
ইচ্ছাদ্বেষসমুত্থেন দ্বন্দ্বমোহেন ভাৰত |
সৰ্বভূতানি সম্মোহং সর্গে যান্তি পৰন্তপ ||৭-২৭||
Translation
হে পৰন্তপ ভাৰত! ইচ্ছা আৰু দ্বেষৰ পৰা উৎপন্ন দ্বন্দ্বমোহৰ দ্বাৰা সকলো প্ৰাণী সৃষ্টিৰ আৰম্ভণিতেই মোহগ্ৰস্ত হয়।