ধ্যানযোগ - Verse শ্লোক ৩৩
শ্লোক ৩৩
অৰ্জুন উবাচ |
যোঽয়ং যোগস্ত্বয়া প্ৰোক্তঃ সাম্যেন মধুসূদন |
এতস্যাহং ন পশ্যামি চঞ্চলত্বাৎস্থিতিং স্থিৰাম্ ||৬-৩৩||
Translation
অৰ্জুনে ক’লে— হে মধুসূদন! আপুনি যি সাম্য যোগৰ কথা ক’লে, মনৰ চঞ্চলতাৰ বাবে মই তাৰ স্থিৰ অৱস্থা দেখা পোৱা নাই।