জ্ঞানকৰ্মসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৩
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ৩
স এৱায়ং ময়া তেঽদ্য যোগঃ প্ৰোক্তঃ পুৰাতনঃ |
ভক্তোঽসি মে সখা চেতি ৰহস্যং হ্যএতদুক্তমম্ ||৪-৩||
অনুবাদ
সেই পুৰণি যোগ আজি মই তোমাক ক’লোঁ, কাৰণ তুমি মোৰ ভক্ত আৰু সখা। এয়া অতি উত্তম ৰহস্য।