জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১৮
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ১৮
কৰ্মণ্যকৰ্ম যঃ পশ্যেদকৰ্মণি চ কৰ্ম যঃ |
স বুদ্ধিমান্মনুষ্যেষু স যুক্তঃ কৃৎস্নকৰ্মকৃৎ ||৪-১৮||
Translation
যি কৰ্মত অকর্ম আৰু অকর্মত কৰ্ম দেখে, তেৱেঁই মানুহৰ মাজত বুদ্ধিমান, তেওঁ যোগী আৰু সকলো কৰ্ম কৰোঁতা।