জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১৭
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ১৭
কৰ্মণো হ্যপি বোদ্ধব্যং বোদ্ধব্যং চ বিকৰ্মণঃ |
অকৰ্মণশ্চ বোদ্ধব্যং গহনা কৰ্মণো গতিঃ ||৪-১৭||
Translation
কৰ্মৰ স্বৰূপ জানিব লাগে, বিকৰ্মৰ স্বৰূপো জানিব লাগে আৰু অকর্মৰ স্বৰূপো জানিব লাগে; কাৰণ কৰ্মৰ গতি অতি গভীৰ।