সাংখ্যযোগ - Verse শ্লোক ৯
সাংখ্যযোগ
শ্লোক ৯
সঞ্জয় উবাচ |
এৱমুক্ত্বা হৃষীকেশং গুডাকেশঃ পরন্তপ |
ন যোৎস্য ইতি গোবিন্দমুক্ত্বা তৃষ্ণীং বভূব হ ||২-৯||
সঞ্জয় উবাচ
Translation
সঞ্জয়ে ক’লে -- এইদৰে গুডাকেশ পৰন্তপ অৰ্জুনে হৃষীকেশ ভগৱানক 'মই যুদ্ধ নকৰোঁ' বুলি কৈ মৌন হৈ ৰ’ল।