সাংখ্যযোগ - শ্লোকসমূহ শ্লোক ৮
শ্লোক ৮
ন হি প্রপশ্যামি মমাপনুদ্যাদ
যচ্ছোকমুচ্ছোষণমিন্দ্রিযাণাম্ |
অৱাপ্য ভূমাবসপত্নমৃদ্ধং
ৰাজ্যং সুৰাণামপি চাধিপত্যম্ ||২-৮||
অনুবাদ
পৃথিৱীত নিষ্কণ্টক সমৃদ্ধ ৰাজ্য বা দেৱতাসকলৰ অধিপত্য লাভ কৰিলেও মই এনে কোনো উপায় দেখা নাই যিয়ে মোৰ ইন্দ্ৰিয়ক শুকাই পেলোৱা এই শোক দূৰ কৰিব পাৰে।