সাংখ্যযোগ - Verse শ্লোক ১০
সাংখ্যযোগ
শ্লোক ১০
তমুবাচ হৃষীকেশঃ প্রহসন্নিব ভাৰত |
সেনযোৰুভযোৰ্মধ্যে বিষীদন্তমিদং বচঃ ||২-১০||
সঞ্জয় উবাচ
Translation
হে ভাৰত (ধৃতৰাষ্ট্ৰ)! দুয়ো সেনাৰ মাজত শোকমগ্ন অৰ্জুনক ভগৱান হৃষীকেশে হাঁহি হাঁহি এই বচন ক’লে।