সাংখ্যযোগ - Verse শ্লোক ১১
শ্লোক ১১
শ্রীভগবানুবাচ |
অশোচ্যানন্বশোচস্ত্বং প্রজ্ঞাৱাদাংশ্চ ভাষসে |
গতাসূনাগতাসূংশ্চ নানুশোচন্তি পণ্ডিতাঃ ||২-১১||
Translation
শ্রীভগৱানে ক’লে -- যাৰ বাবে শোক কৰা উচিত নহয়, তুমি তাৰ বাবে শোক কৰিছা আৰু পণ্ডিতৰ দৰে কথা কৈছা। কিন্তু পণ্ডিতসকলে মৃত বা জীৱিত কোনোৰে বাবে শোক নকৰে।