সাংখ্যযোগ - Verse শ্লোক ৫৫
শ্লোক ৫৫
শ্রীভগবানুবাচ |
প্রজহাতি যদা কামান্ সর্বান্ পাৰ্থ মনোগতান্ |
আত্মন্যেৱাত্মনা তুষ্টঃ স্থিতপ্রজ্ঞস্তদোচ্যতে ||২-৫৫||
Translation
শ্রীভগৱানে ক’লে -- হে পাৰ্থ! যেতিয়া পুৰুষে মনৰ সকলো কামনা ত্যাগ কৰি আত্মাতে সন্তুষ্ট থাকে, তেতিয়া তেওঁ স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়।