সাংখ্যযোগ - Verse শ্লোক ৫৬
সাংখ্যযোগ
শ্লোক ৫৬
দুঃখেষ্বনুদ্বিগ্নমনাঃ সুখেষু বিগতস্পৃহঃ |
ৱীতৰাগভযক্রোধঃ স্থিতধীর্মুনিলুচ্যতে ||২-৫৬||
শ্রীভগবানুবাচ
Translation
দুখত যাৰ মন বিচলিত নহয়, সুখত যাৰ স্পৃহা নাই, আৰু যি ৰাগ, ভয় আৰু ক্ৰোধৰ পৰা মুক্ত, তেওঁকেই স্থিতধী মুনি বোলে।