সাংখ্যযোগ - শ্লোকসমূহ শ্লোক ৫৪
সাংখ্যযোগ
শ্লোক ৫৪
অর্জুন উবাচ |
স্থিতপ্রজ্ঞস্য কা ভাষা সমাধিস্তস্য কেশৱ |
স্থিতধীঃ কিং প্রভাষেত কিমাসীত ব্রজেত কিম্ ||২-৫৪||
অৰ্জুন উবাচ
অনুবাদ
অৰ্জুনে ক’লে -- হে কেশৱ! স্থিতপ্ৰজ্ঞ পুৰুষৰ লক্ষণ কি? তেওঁ কেনেকৈ কথা কয়, কেনেকৈ বহে আৰু কেনেকৈ চলে?