সাংখ্যযোগ - Verse শ্লোক ৪
শ্লোক ৪
অর্জুন উবাচ |
কথং ভীষ্মমহং সঙ্খ্য দ্ৰোণং চ মধুসূদন |
ইষুভিঃ প্রতযোৎস্যামি পূজার্হাবরিসূদন ||২-৪||
Translation
অৰ্জুনে ক’লে -- হে মধুসূদন! মই ৰণভূমিত কেনেকৈ ভীষ্ম আৰু দ্ৰোণৰ বিৰুদ্ধে শৰ নিক্ষেপ কৰিম? হে অৰিসূদন, তেওঁলোক দুয়োজনেই পূজনীয়।