সাংখ্যযোগ - Verse শ্লোক ৩
শ্লোক ৩
ক্লৈব্যং মা স্ম গমঃ পার্থ নৈ তত্ত্বয্যুপপদ্যতে |
ক্ষুদ্রং হৃদযদৌর্বল্যং ত্যক্ত্বোত্তিষ্ঠ পরন্তপ ||২-৩||
Translation
হে পাৰ্থ, ক্লীৱ (কাপুৰুষ) নহ’বা। এয়া তোমাৰ বাবে অশোভনীয়। হে পৰন্তপ, হৃদয়ৰ এই ক্ষুদ্ৰ দুৰ্বলতা ত্যাগ কৰি যুদ্ধৰ বাবে থিয় হোৱা।