মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৬০
শ্লোক ৬০
স্বভাৱজেন কৌন্তেয় নিবদ্ধঃ স্বেন কৰ্মণা |
কৰ্তুং নেচ্ছসি যন্মোহাৎকৰিষ্যস্যৱশোহপি তৎ ||১৮-৬০||
Translation
হে কৌন্তেয়! তুমি তোমাৰ স্বভাৱজাত কৰ্মৰ দ্বাৰা আবদ্ধ; মোহবশতঃ যি কৰ্ম তুমি কৰিবলৈ ইচ্ছা নকৰা, সেয়াও তুমি পৰবশ হৈ কৰিবলৈ বাধ্য হ’বা।