মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৪৮
শ্লোক ৪৮
সহজং কৰ্ম কৌন্তেয় সদোষমপি ন ত্যজেৎ |
সৰ্বাৰম্ভাহি দোষেণ ধূমেনাগ্নিৰিবাবৃতাঃ ||১৮-৪৮||
অনুবাদ
হে কৌন্তেয়! দোষযুক্ত হ’লেও নিজৰ স্বাভাৱিক কৰ্ম ত্যাগ কৰিব নালাগে; কাৰণ সকলো কৰ্মই ধোঁৱাই অগ্নিক আৱৰি ৰখাৰ দৰে দোষেৰে আৱৰি থাকে।