মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪৭
মোক্ষসন্ন্যাসযোগ
শ্লোক ৪৭
শ্রেয়ান্স্বধর্মো বিগুণঃ পৰধৰ্মাৎস্বনুষ্ঠিতাৎ |
স্বভাৱনিয়তং কৰ্ম কুৰ্বান্নাপ্নোতি কিল্পিষম্ ||১৮-৪৭||
Translation
ভালদৰে আচৰণ কৰা পৰধৰ্মতকৈ গুণহীন হ’লেও নিজৰ ধৰ্ম শ্ৰেষ্ঠ। স্বভাৱজাত কৰ্ম কৰি মানুহে পাপত লিপ্ত নহয়।