মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ২১
মোক্ষসন্ন্যাসযোগ
শ্লোক ২১
পৃথক্ত্বেন তু যজ্ঞানং নানাভাবান্পৃথগ্বিধান্ |
বেত্তি সৰ্বেষু ভূতেষু তজ্ঞানং বিদ্ধি ৰাজসম্ ||১৮-২১||
অনুবাদ
যি জ্ঞানৰ দ্বাৰা মানুহে সকলো প্ৰাণীৰ মাজত বিভিন্ন প্ৰকাৰৰ পৃথক সত্তা দেখে, সেই জ্ঞানক ৰাজসিক বুলি জানিবা।