মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ১৪
মোক্ষসন্ন্যাসযোগ
শ্লোক ১৪
অধিষ্ঠানং তথা কৰ্তা কৰণং চ পৃথগ্বিধম্ |
বিবিধাশ্চ পৃথক্চেষ্টা দৈবং চৈবাত্র পঞ্চমম্ ||১৮-১৪||
Translation
অধিষ্ঠান (শৰীৰ), কৰ্তা, বিভিন্ন কৰণ (ইন্দ্ৰিয়), বিভিন্ন প্ৰকাৰৰ চেষ্টা আৰু পঞ্চমটো হৈছে দৈৱ।