শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ৭
শ্লোক ৭
আহাৰস্ত্বপি সৰ্বস্য ত্ৰিৱিধো ভৱতি প্ৰিয়ঃ |
যজ্ঞস্তপস্তথা দানং তেষাং ভেদমিমং শৃণু ||১৭-৭||
Translation
প্ৰত্যেকৰে প্ৰকৃতি অনুসৰি আহাৰো তিনি প্ৰকাৰৰ হয়। তেনেদৰে যজ্ঞ, তপস্যা আৰু দানৰো তিনিটা ভাগ আছে, তুমি সেইবোৰৰ বিষয়ে শুনা।