শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ৫ আৰু ৬
শ্লোক ৫ আৰু ৬
অশাস্ত্ৰৱিহিতং ঘোৰং তপ্যন্তে যে তপো জনাঃ |
দম্ভাহংকাৰসংযুক্তাঃ কামৰাগবলান্বিতাঃ ||১৭-৫||
কৰ্ষয়ন্তঃ শৰীৰস্থং ভূতগ্ৰামমচেতসঃ |
মাং চৈৱান্তঃশৰীৰস্থং তান্বিদ্ধ্যাসুৰনিশ্চয়ান্ ||১৭-৬||
Translation
যিসকলে শাস্ত্ৰবিধি অমান্য কৰি দম্ভ, অহংকাৰ, কাম আৰু আসক্তিবশতঃ ঘোৰ তপস্যা কৰে, আৰু নিজৰ শৰীৰৰ লগতে অন্তৰত থকা মোকো কষ্ট দিয়ে, সেই অবিবেচকসকলক তুমি আসুৰিক প্ৰকৃতিৰ বুলি জানিবা।