শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ৮
শ্লোক ৮
আয়ুঃসত্ত্ববলাৰোগ্যসুখপ্ৰীতিৱিৱৰ্ধনাঃ |
ৰস্যাঃ স্নিগ্ধাঃ স্থিৰা হৃদ্যা আহাৰাঃ সাত্বিকপ্ৰিয়াঃ ||১৭-৮||
Translation
আয়ু, সত্ত্ব, বল, আৰোগ্য, সুখ আৰু প্ৰীতি বঢ়োৱা, ৰসযুক্ত, স্নিগ্ধ, স্থিৰ আৰু মনক প্ৰসন্ন কৰা আহাৰ সাত্বিক লোকৰ প্ৰিয়।