শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ২
শ্লোক ২
শ্ৰীভগৱানুবাচ |
ত্ৰিবিধা ভৱতি শ্রদ্ধা দেহিনাং সা স্বভাৱজা |
সাত্ত্বিকী ৰাজসী চৈৱ তামসী চেতি তাং শৃণু ||১৭-২||
Translation
শ্ৰীভগৱানে ক’লে - দেহধাৰী মানুহৰ স্বভাৱজাত শ্ৰদ্ধা তিনি প্ৰকাৰৰ হয় - সাত্বিকী, ৰাজসী আৰু তামসী। তুমি মোৰ পৰা সেই বিষয়ে শুনা।