শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
য়ে শাস্ত্ৰবিধিমুৎসৃজ্য যজন্তে শ্রদ্ধয়ান্বিতাঃ |
তেষাং নিষ্ঠা তু কা কৃষ্ণ সত্ত্বমাহো রজস্তমঃ ||১৭-১||
Translation
অৰ্জুনে সুধিলে - হে কৃষ্ণ! যিসকলে শাস্ত্ৰৰ বিধি ত্যাগ কৰি কেৱল শ্ৰদ্ধাৰে যজ্ঞ বা পূজা কৰে, তেওঁলোকৰ অৱস্থা বা নিষ্ঠা কি? সেয়া সাত্বিক, ৰাজসিক নে তামসিক?