শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ১২
শ্ৰদ্ধাত্ৰয়বিভাগযোগ
শ্লোক ১২
অভিসন্ধায় তু ফলং দম্ভাৰ্থমপি চৈৱ যৎ |
ইজ্যতে ভৰতশ্রেষ্ঠ তং যজ্ঞং ৱিদ্ধি ৰাজসম্ ||১৭-১২||
Translation
হে ভৰতশ্ৰেষ্ঠ! যি যজ্ঞ দম্ভৰ বাবে বা ফলৰ আশা কৰি কৰা হয়, সেই যজ্ঞক তুমি ৰাজসিক বুলি জানিবা।