শ্ৰদ্ধাত্ৰয়বিভাগযোগ - Verse শ্লোক ১৩
শ্ৰদ্ধাত্ৰয়বিভাগযোগ
শ্লোক ১৩
ৱিধিহীনমসৃষ্টান্নং মন্ত্ৰহীনমদক্ষিণম্ |
শ্রদ্ধাৱিৰহিতং যজ্ঞং তামসং পৰিচক্ষতে ||১৭-১৩||
Translation
শাস্ত্ৰবিধিহীন, অন্নদানহীন, মন্ত্ৰহীন, দক্ষিণাৰহিত আৰু শ্ৰদ্ধাহীন যজ্ঞক তামসিক যজ্ঞ বুলি কোৱা হয়।