পুৰুষোত্তমযোগ - শ্লোকসমূহ শ্লোক ১৯
পুৰুষোত্তমযোগ
শ্লোক ১৯
যো মামেবমসন্মূঢ়ো জানাতি পুৰুষোত্তমম্ |
স সৰ্বৱিদ্ভজতি মাং সৰ্বভাৱেন ভাৰত ||১৫-১৯||
অনুবাদ
হে ভাৰত! যি মোহমুক্ত হৈ মোক এইদৰে পুৰুষোত্তম বুলি জানে, তেওঁ সৰ্বজ্ঞ হৈ সকলো প্ৰকাৰে মোৰ ভজনা কৰে।