পুৰুষোত্তমযোগ - Verse শ্লোক ১৮
পুৰুষোত্তমযোগ
শ্লোক ১৮
যস্মাত্ক্ষৰমতীতোহমক্ষৰাদপি চোত্তমঃ |
অতোঽস্মি লোকে বেদে চ প্ৰথিতঃ পুৰুষোত্তমঃ ||১৫-১৮||
Translation
যিহেতু মই ক্ষৰৰ অতীত আৰু অক্ষৰতকৈও উত্তম, সেইবাবেই মই লোকত আৰু বেদত 'পুৰুষোত্তম' নামেৰে প্ৰখ্যাত।