গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ৯
গুণত্ৰয়বিভাগযোগ
শ্লোক ৯
সত্ত্বং সুখে সঞ্জয়তি ৰজঃ কৰ্মণি ভাৰত |
জ্ঞানমাবৃত্য তু তমঃ প্ৰমাদে সঞ্জয়ত্যুত ||১৪-৯||
Translation
হে ভাৰত! সত্ত্বগুণে সুখত আসক্ত কৰে, ৰজোগুণে কৰ্মত আসক্ত কৰে, আৰু তমোগুণে জ্ঞানক আৱৰণ কৰি জীৱক প্ৰমাদত লিপ্ত কৰে।