গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ৬
শ্লোক ৬
তত্ৰ সত্ত্বং নিৰ্মলত্বাৎপ্ৰকাশকমনাময়ম্ |
সুখসঙ্গেন বদ্ৰ্নাতি জ্ঞানসঙ্গেন চানঘ ||১৪-৬||
Translation
হে নিষ্পাপ অৰ্জুন! এই তিনিটা গুণৰ ভিতৰত সত্ত্বগুণ নিৰ্মল হোৱাৰ বাবে প্ৰকাশক আৰু নিৰোগী। ই জীৱক সুখ আৰু জ্ঞানৰ আসক্তিৰে বান্ধি পেলায়।