গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ২৬
গুণত্ৰয়বিভাগযোগ
শ্লোক ২৬
মাং চ য়োঽব্যভিচাৰেণ ভক্তযোগেন সেৱতে |
স গুণান্সমতীত্যৈতান্ব্ৰহ্মভূয়ায় কল্পতে ||১৪-২৬||
Translation
যি পুৰুষে অব্যভিচাৰী ভক্তযোগৰ দ্বাৰা মোৰ সেৱা কৰে, তেওঁ এই তিনিটা গুণ অতিক্ৰম কৰি ব্ৰহ্মপদ লাভৰ যোগ্য হয়।