ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ৩২
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ৩২
অনাদিত্বান্নিৰ্গুণত্বাৎপৰমাত্মায়মব্যয়ঃ |
শৰীৰস্থোঽপি কৌন্তেয় ন কৰোতি ন লিপ্যতে ||১৩-৩২||
Translation
হে কৌন্তেয়! অনাদি আৰু নিৰ্গুণ হোৱাৰ বাবে এই পৰমাত্মা অব্যয়। শৰীৰত অৱস্থিত হৈও তেওঁ একো নকৰে আৰু লিপ্তও নহয়।