ভক্তিযোগ - Verse শ্লোক ২
শ্লোক ২
শ্ৰীভগৱানুবাচ |
ময়্যাৱেশ্য মনো যে মাং নিত্যযুক্তা উপাসতে |
শ্ৰদ্ধয়া পৰয়োপেতাঃ তে মে যুক্ততমা মতাঃ ||১২-২||
Translation
শ্ৰীভগৱানে ক’লে -- যিসকলে মনক মোৰ চৰণত অৰ্পণ কৰি পৰম শ্ৰদ্ধাৰে সদায় মোৰ উপাসনা কৰে, তেওঁলোকেই মোৰ দৃষ্টিত সৰ্বশ্ৰেষ্ঠ যোগী।