ভক্তিযোগ - Verse শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
এৱং সততযুক্তা যে ভক্তাস্ত্ৱাং পৰ্যুপাসতে |
যে চাপ্যক্ষৰমব্যক্তং তেষাং কে যোগৱিত্তমাঃ ||১২-১||
Translation
অৰ্জুনে সুধিলে -- যিসকল ভক্তই নিৰন্তৰ ভক্তিযোগত যুক্ত হৈ আপোনাৰ উপাসনা কৰে আৰু যিসকলে অব্যক্ত আৰু অক্ষৰ ব্ৰহ্মৰ উপাসনা কৰে, তেওঁলোকৰ ভিতৰত কোন শ্ৰেষ্ঠ যোগী?