গীতা মাহাত্ম্য - শ্লোকসমূহ শ্লোক ৬
শ্লোক ৬
एकम् शास्त्र देवकीपुत्र गीता-
मेको देवो देवकीपुत्र एवेन्यू
एको मन्त्रस्तस्य नामानि यानि
कर्मपयेकं तस्य देवस्य सेवा
অনুবাদ
একমাত্ৰ শাস্ত্ৰ হৈছে দেৱকীপুত্ৰ শ্ৰীকৃষ্ণৰ গীতা, একমাত্ৰ দেৱতা হৈছে দেৱকীপুত্ৰ শ্ৰীকৃষ্ণ, একমাত্ৰ মন্ত্ৰ হৈছে তেওঁৰ নাম আৰু একমাত্ৰ কৰ্তব্য হৈছে সেই দেৱতাৰ সেৱা।