গীতা মাহাত্ম্য - শ্লোকসমূহ শ্লোক ৫
গীতা মাহাত্ম্য
শ্লোক ৫
भरतमृतसर्ववस्वं विष्णोर्ववक्त्रद्विनिहश्रुतम्
गीता गंगोदकम् पीठ्वा पुनर्जन्म न विद्यते
অনুবাদ
যিজন লোকে মহাভাৰতৰ সাৰস্বৰূপ আৰু ভগৱান বিষ্ণুৰ মুখৰ পৰা নিৰ্গত গীতাৰূপী গংগাৰ পৱিত্ৰ পানী পান কৰে, তেওঁৰ পুনৰ জন্ম নহয়।