ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ৩৩
ৰাজবিদ্যা ৰাজগুহ্যযোগ
শ্লোক ৩৩
কিং পুনৰ্ব্ৰাহ্মণাঃ পুণ্যা ভক্তা ৰাজৰ্ষয়স্তথা |
অনিত্যমসুখং লোকমিমং প্ৰাপ্য ভজস্ব মাম্ ||৯-৩৩||
Translation
পৱিত্ৰ ব্ৰাহ্মণ আৰু ৰাজৰ্ষিসকলৰ কথা কি ক’ম! সেয়ে এই অনিত্য আৰু দুখময় জগতত আহি তুমি মোৰ ভজনা কৰা।