ৰাজবিদ্যা ৰাজগুহ্যযোগ - শ্লোকসমূহ শ্লোক ৩১
শ্লোক ৩১
ক্ষিপ্ৰং ভৱতি ধৰ্মাত্মা শশ্বচ্ছান্তিং নিগচ্ছতি |
কৌন্তেয় প্ৰতিজানীহি ন মে ভক্তঃ প্ৰণশ্যতি ||৯-৩১||
অনুবাদ
তেওঁ অতি সোনকালে ধৰ্মাত্মা হৈ পৰে আৰু চিৰশান্তি লাভ কৰে। হে কৌন্তেয়, তুমি জানি থোৱা যে মোৰ ভক্ত কেতিয়াও বিনাশ নহয়।