ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ২৯
শ্লোক ২৯
সমোঽহং সৰ্বভূতেষু ন মে দ্বেষ্যোঽস্তি ন প্ৰিয়ঃ |
য়ে ভজন্তি তু মাং ভক্ত্যা ময়ি তে তেষু চাপ্যহম্ ||৯-২৯||
Translation
মই সকলো প্ৰাণীৰ প্ৰতি সমভাবাপন্ন। মোৰ কোনো প্ৰিয় বা অপ্ৰিয় নাই। কিন্তু যিসকলে ভক্তিৰে মোক ভজনা কৰে, তেওঁলোক মোৰ মাজত আৰু মই তেওঁলোকৰ মাজত থাকোঁ।