ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ১৮
ৰাজবিদ্যা ৰাজগুহ্যযোগ
শ্লোক ১৮
গতিৰ্ভৰ্তা প্ৰভুঃ সাক্ষী নিৱাসঃ শৰণং সুহৃৎ |
প্ৰভৱঃ প্ৰলয়ঃ স্থানং নিধানং বীজমৱ্যয়ম্ ||৯-১৮||
Translation
মই গতি, ভৰ্তা, প্ৰভু, সাক্ষী, নিৱাস, শৰণ, সুহৃৎ, সৃষ্টি, প্ৰলয়, আধাৰ, নিধান আৰু বিনাশহীন বীজ।