অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ৩
শ্লোক ৩
শ্ৰীভগৱানুবাচ |
অক্ষরং ব্ৰহ্ম পরমং স্বভাবোऽধ্যাত্মমুচ্যতে |
ভূতভাবোদ্ভবকরো বিসর্গঃ কৰ্মসংজ্ঞিতঃ ||৮-৩||
Translation
শ্ৰীভগৱানে ক’লে - পৰম অবিনাশী তত্ত্বই ব্ৰহ্ম; নিজৰ স্বৰূপেই অধ্যাত্ম বুলি কোৱা হয়। ভূতসমূহৰ উৎপত্তি আৰু বিকাশ সাধন কৰা যি বিসৰ্গ (যজ্ঞ), তাকেই কৰ্ম বুলি জনা যায়।