জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ১৬
জ্ঞানবিজ্ঞানযোগ
শ্লোক ১৬
চতুৰ্বিধা ভজন্তে মাং জনাঃ সুকৃতিনোহৰ্জুন |
আৰ্তো জিজ্ঞাসুৰৰ্থার্থী জ্ঞানী চ ভৰতৰ্ষভ ||৭-১৬||
Translation
হে অৰ্জুন! চাৰি প্ৰকাৰৰ পুণ্যৱান লোকে মোক ভজনা কৰে—আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী।