ধ্যানযোগ - Verse শ্লোক ৪০
শ্লোক ৪০
শ্ৰীভগৱানূবাচ |
পাৰ্থ নৈৱেহ নামুত্র ৱিনাশস্তস্য বিদ্যতে |
ন হি কল্যাণকৃৎকশ্চিদ্ দুৰ্গতিং তাত গচ্ছতি ||৬-৪০||
Translation
শ্ৰীভগৱানে ক’লে— হে পাৰ্থ! তেনে পুৰুষৰ এই লোকত বা পৰলোকত কেতিয়াও বিনাশ নহয়; হে তাত! কোনো শুভ কৰ্ম কৰা ব্যক্তি কেতিয়াও দুৰ্গতিৰ পথলৈ নাযায়।